stevedoresteward

Steven Paul Jobs (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-30
1. Computer Science(Proper Noun-Masculine) The iconic co-founded of Apple Computers with Steve Wozniak and led the company to pioneer a series of revolutionary technologies. এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক৷ তেখেত এপল ইনকৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যকৰী বিষয়াৰ পদতো অধিস্থিত আছিল৷